April 25, 2025 12:20 PM
পহলগামৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ অধিক অৱনতি নহ’বৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ভাৰত-পাকিস্তানক ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছৰ আহ্বান
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অঞ্চলটোত অব্যাহত থকা উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ যাতে অধিক অৱনতি নহয়, তাৰ বাবে সম্পূৰ্ণ সংযম ৰক্ষা কৰিবলৈ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে ভাৰ...