February 3, 2025 12:13 PM
কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধত লিপ্ত হৈছে বুলি এইচ ডি কুমাৰাস্বামীৰ অভিযোগ
গধুৰ উদ্যোগ আৰু তীখা মন্ত্ৰী এইচ ডি কুমাৰাস্বামীয়ে কালি কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে কেন্দ্ৰীয় সকলো কাৰ্যসূচী স্থবিৰ কৰি ৰাজনৈতিক প্রতিশোধৰ কামত লিপ্ত হৈছে বুলি অভিযোগ উত্থাপন কৰে। কালি হ...