August 24, 2024 6:51 PM

views 20

চৰকাৰে ভাৰতক শীৰ্ষ ১০খন সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰি আছেঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে তেওঁৰ মন্ত্ৰ্যালয়ৰ কৰ্মচাৰীসকলৰ নিৰাপত্তা, সুৰক্ষা, কল্যাণ আৰু উন্নয়ন শক্তিশাৰী কৰাৰ বাবে তেওঁ প্ৰতিশ্ৰুতিবদ্ধ । কালি এম টি আইত জ্যেষ্ঠ বিষয়া আৰু যুৱ কেডেটসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এই দিশত চৰকাৰে লোৱা ব্যৱস্থাত আলোকপাত কৰে। তেওঁ কয় যে, চৰকাৰে ভাৰতক শীৰ্ষ দহখন সামুদ্রিক ৰাষ্ট্ৰৰ ভিতৰত স্থান দিবলৈ চেষ্টা কৰি আছে। তেওঁ লগতে কয় যে, ভাৰত সামুদ্রিক বাণিজ্যত বহুখিনি আগবাঢ়ি গৈছে। জাহাজ নির্মাণ, জাহাজ মেৰামতি, উপকূলীয় জাহাজ...