November 28, 2024 11:51 AM
ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি-বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধিৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ
বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে ফ্রান্স আৰু এছিয়া প্রশান্ত মহাসাগৰীয় অঞ্চলৰ সহযোগী দেশসমূহক দ্বিপাক্ষিক চুক্তি আৰু বহুপাক্ষিক মঞ্চৰ জৰিয়তে ব্যৱসায় বৃদ্ধি কৰিবলৈ, জলবায়ু ...