ডাউনলোড
মোবাইল এপ

android apple
signal

November 30, 2024 12:34 PM

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগত গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলাৰ আয়োজন

কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্রী গজেন্দ্ৰ সিং শেখাৱটে কয়, যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অহা বছৰৰ প্রথম ভাগতেই গোলকীয় একতাৰ প্ৰতীকস্বৰূপ মহাকুম্ভ মেলা অনুষ্ঠিত হ'ব। মন্ত্ৰীগৰাক...