October 24, 2024 8:44 PM
পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগঃ নীতিন গাডকাৰী
কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৈছে যে, চৰকাৰে পথ সুৰক্ষাৰ পৰিৱেশ তন্ত্ৰত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ কৰিবলৈ সকলোধৰণৰ আধুনিক প্রযুক্তি প্রয়োগ কৰিছে। নত...