October 24, 2024 8:43 PM
দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বায়’ ই থ্ৰী নীতিয়ে গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াবঃ ড০ জীতেন্দ্ৰ সিং
কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্র সিঙে কৈছে যে, শেহতীয়াকৈ অনুমোদন লাভ কৰা বায়' ই থ্ৰী নীতিয়ে দেশৰ সেউজ ৰূপান্তৰণ আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত গুৰুত্ব...