August 26, 2024 11:08 AM
২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হব নতুন পেঞ্চন আঁচনি
কেন্দ্ৰীয় কেবিনেটে চৰকাৰী কৰ্মচাৰীসকলক নিশ্চিত পেঞ্চন প্ৰদানৰ উদ্দেশ্যে নতুন পেঞ্চন আঁচনি একীকৃত পেঞ্চন আঁচনি চমুকৈ ইউ পি এছত অনুমোদন জনাইছে। কেবিনেট বৈঠকৰ পিছত নতুন দিল্লীত সাংবাদিক...