February 2, 2025 8:19 PM
বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙৰ মত প্ৰকাশ
ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ অধ্যক্ষ ফিলেমন য়াঙে বিগত দশকটোত ভাৰতত উল্লেখযোগ্য পৰিৱৰ্তন সাধন হৈছে বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে অহা ৪ৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ ভাৰত ভ্ৰমণ কৰি তেওঁ ডিজিটেল আৰু প্ৰ...