February 11, 2025 9:23 PM
ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছেঃ ৰাষ্ট্ৰপতি
ভাৰত য়ুনানী চিকিৎসা পদ্ধতিৰ শিক্ষা, গৱেষণা, চিকিৎসা আৰু ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰত বিশ্বৰ অগ্রণী স্থানত আছে। নতুন দিল্লীত আজি বিয়লি দুদিনীয়া আন্তঃৰাষ্ট্ৰীয় য়ুনানী দিৱস সন্মিলন মুকল...