ডাউনলোড
মোবাইল এপ

android apple
signal

February 4, 2025 6:56 PM

ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ভাৰতৰ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰ বৰঙণি

ভাৰতে ৰাষ্ট্ৰসংঘৰ চলিত বছৰৰ পুঁজিলৈ ৩৭.৬৪ মিলিয়ন আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াইছে। এই বৰঙণি যোৱা বছৰৰ ৩১ ডিচেম্বৰত জমা দিয়া হয়। ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটেৰেছৰ মুখপাত্র ষ্টিফ...