October 3, 2024 7:45 PM

লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণৰ বাবে ভাৰতৰ প্ৰতি ৰাষ্ট্ৰসংঘৰ সচিবপ্রধানৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন

ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ' গুটাৰেছে ইজৰাইল আৰু হিজবুল্লাৰ মাজত সংঘাত অব্যাহত থকাৰ মাজতে ভাৰতে লেবাননত শান্তিৰক্ষী বাহিনী প্ৰেৰণ কৰাৰ বাবে ভাৰতৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছে। প...