April 8, 2025 9:01 PM
উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কণিকা হোজাইৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ নিৰ্দেশ
ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ তিনকিলোৰ এটা কয়লাখনিত ৯জন শ্রমিকৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহ...