April 7, 2025 11:24 AM
আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীৰ বিশেষ সতর্কতামূলক ব্যৱস্থা
আলফা স্বাধীনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে বিশেষ সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বোমা ...