November 26, 2024 12:15 PM
ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি
কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ নিষিদ্ধ ঘোষণাৰ ম্যাদ পুনৰ ৫ বছৰলৈ বৃদ্ধি কৰিছে। গৃহ মন্ত্ৰ্যালয়ে কালি এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি বে- আ...