January 14, 2025 10:51 AM
ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল
ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই কাইলৈ হ'বলগীয়া ইউ জি চি নেট ডিচেম্বৰ ২০২৪ৰ পৰীক্ষা বাতিল কৰিছে। এটা বিবৃতিযোগে সংস্থাটোৱে কয়, যে ১৫ জানুৱাৰীত পংগাল, মকৰ সংক্ৰান্তি আৰু অন্যান্য উৎসৱৰ বাবে ইউ ...