April 16, 2025 12:49 PM
ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰে
ডুবাইত কৰ্মৰত তেলেংগানাৰ দুজন লোকক পাকিস্তানৰ এজন লোকে নৃশংসভাৱে হত্যা কৰাৰ বাতৰি পোৱা গৈছে। সাম্প্রদায়িক বিবাদক লৈ সূত্রপাত হোৱা এই ঘটনাত আন দুজন লোক গুৰুতৰভাৱে আহত হয়। আহত লোককেইজনৰ ...