July 15, 2024 10:26 AM

ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্...