May 15, 2025 8:59 PM

views 25

অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিজেপিৰ ত্ৰিৰংগা যাত্ৰা

পেহেলগামৰ বৰ্বৰোচিত আক্ৰমণৰ ঘটনাৰ প্ৰত্যুত্তৰত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ সফলতা উদযাপনৰ উদ্দেশ্যেৰে বিজেপিয়ে আৰম্ভ কৰা ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী ৰাজ্যৰ ভিন্ন প্ৰান্তত চলি আছে। ধেমাজি জিলাত আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই যাত্ৰাৰ নেতৃত্ব দিয়ে। চিলাপথাৰত প্ৰাক্তন সেনা জোৱানৰ লগত ত্ৰিৰংগ পতাকা হাতত লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰে। শিলচৰতো ১১ দিনীয়া ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী পালন কৰা হৈছে। প্ৰব...