March 19, 2025 6:20 PM
ভাৰত-মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ লগতে ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পাৰিব
ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এতিয়াৰে পৰা এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ উপৰি ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পৰা যাব। মালদ্বীপৰ ...