November 26, 2024 12:02 PM
আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীৰ অনুমোদন
অর্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটীয়ে আয়কৰ বিভাগৰ পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণত অনুমোদন জনাইছে। এহেজাৰ ৪৩৫ কোটি টকা ব্যয় সাপেক্ষে পেন প্ৰকল্পৰ দ্বিতীয় সংস্কৰণ ৰূপায়ণৰ পৰিকল...