September 8, 2024 8:43 PM

প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক টাইমছ আলোচনীৰ নিৰ্বাচন

টাইমছ আলোচনীয়ে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱক প্ৰযুক্তি আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছে। শ্রীবৈষ্ণৱৰ নাম তালিকাখনৰ শ্...