October 26, 2024 1:38 PM

ইউক্রেইনৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশৰ বাবে ভাৰত-জাৰ্মানীৰ উদ্বেগ প্রকাশ

ভাৰত আৰু জাৰ্মানীয়ে ইউক্রেইনত চলি থকা যুদ্ধ আৰু এই যুদ্ধৰ ফলত সৃষ্টি হোৱা ভয়ানক আৰু দুখজনক মানৱীয় দিশসমূহৰ বাবে উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত সপ্তম ভাৰতজার্মানী আন্...