July 17, 2024 6:22 PM

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুল...