May 11, 2024 2:40 PM
দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত ২ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ
■ দক্ষিণ কাশ্মীৰৰ চপিয়ান জিলাত আজি আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে চপিয়ানৰ মালিক চক ক্ৰচিঙত থকা এটা নিৰীক্ষণ চকীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী ...