ডাউনলোড
মোবাইল এপ

android apple
signal

April 23, 2025 8:43 PM

সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে

জম্মু-কাশ্মীৰৰ পেহেলগামত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত কুচ্চিৰ এন ৰামচন্দ্ৰনৰ মৃতদেহ আজি ভাৰতীয় বায়ু সেনাৰ বিমানেৰে নতুন দিল্লীলৈ অনা হৈছে। এন ৰামচন্দ্ৰনে পৰিয়ালৰ অন্যান্য সদস্য...