June 15, 2024 2:39 PM

বিধায়ক টেছম পংগতে অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

চাংলাং উত্তৰ সমষ্টিৰ বিধায়ক টেছম পংগতে আজি অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বিধানসভাৰ অধ্যক্ষ নির্বাচনেৰে বিশেষ অধিৱেশন আৰম্ভ হয...