April 12, 2025 1:16 PM
তেলেংগানাত ২২ জন চিপিআই মাওবাদীৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ
তেলেংগানাৰ মুলুগু জিলাত কালি কমেও ২২ জন চিপিআই মাওবাদীয়ে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে। এই আত্মসমৰ্পণকাৰী সকলৰ ভিতৰত ৰিভলিউশ্বনৰী পিপলছ কমিটীৰ ১৮ জন সদস্য, ৩টা এলেকা সমিতিৰ সদস্য আৰু এজন ...