ডাউনলোড
মোবাইল এপ

android apple
signal

June 3, 2024 8:02 PM

অহা ২৫ আৰু ২৬ জুনত তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান

তামুলপুৰ জিলাত ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অভিযান অহা ২৫ আৰু ২৬ জুনত অনুষ্ঠিত হ'ব। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলা আয়ুক্তই খণ্ড উন্নয়ন বিষয...