April 10, 2025 8:06 PM
শংকৰ ভাই চৌধুৰীৰ তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন
গুজৰাট বিধানসভাৰ অধ্যক্ষ শংকৰ ভাই চৌধুৰীয়ে আজি তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত তেওঁৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বি টি চিৰ ...