August 18, 2024 11:38 AM

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতৰ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে ২০০৮ চনৰ ২৬ নৱেম্বৰত সংঘটিত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত তহববুৰ হুছেইন ৰাণাক ভাৰতলৈ প্ৰত্যৰ্পনৰ অনুমতি প্ৰদান কৰিছে। কেলিফর্নিয়াৰ আদালতে ভা...