August 17, 2024 8:17 PM
৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি
উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। পুৰুষ আৰু মহিলা দলীয় শাখাৰ লগতে একক শাখাতো এই প্ৰতিযোগ...