December 9, 2024 9:06 PM
ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটৰেছ
ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ' গুটৰেছে ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছে। এটা বিবৃতিত গুটৰেছে কয়, যে ছিৰিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিত দেশখনৰ ৰাজনৈতিক প...