May 18, 2024 10:33 PM

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট প্ৰশাসনৰ বিহিত ব্যৱস্থা গ্ৰহণ

যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। জিলাখনৰ নাগিনীজান, গাভৰু গোহাঁইবাৰী চাহ বাগিচা অঞ্চলত ভালেসংখ্যক গাহৰ...