August 1, 2024 1:35 PM

পেৰিছ অলিম্পিকত ভাৰতৰ স্বপ্নীল কুশাল পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত অৱতীৰ্ণ

ভাৰতৰ স্বপ্নীল কুশালে আজি পেৰিছ অলিম্পিকৰ পুৰুষৰ ৫০ মিটাৰ ৰাইফলৰ থ্রী পজিছন শিতানত পদক জয়ৰ প্ৰত্যাশাৰে ভাৰতীয় সময় অনুসৰি দিনৰ ১ বজাত অৱতীৰ্ণ হ'ব। একেদৰে দুবাৰকৈ বিশ্ব চেম্পিয়নৰ খিতাপ...