January 19, 2025 12:14 PM
ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হোৱাৰ সম্ভাৱনাঃ বিশ্ব বেংক
২ দশমিক ৭ শতাংশৰ গোলকীয় বিকাশ হাৰক চেৰ পেলাই ভাৰতৰ বিকাশ হাৰ ৬ দশমিক ৭ শতাংশ হ’ব বুলি বিশ্ব বেংকে অনুমান কৰিছে। বিশ্ব বেংকৰ গোলকীয় অর্থনীতি প্রেক্ষাপট সম্পৰ্কীয় প্ৰতিবেদনত জানুৱাৰীৰ স...