ডাউনলোড
মোবাইল এপ

android apple
signal

August 20, 2024 5:37 PM

চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিতৰ বাবে উচ্চতম ন্যায়ালয়ৰ ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন

উচ্চতম ন্যায়ালয়ে চিকিৎসা বৃত্তিৰ সৈতে জড়িতসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এটা ৰাষ্ট্ৰীয় কাৰ্যবাহিনী গঠন কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ডি ৱাই চন্দ্রচূড় ন...

August 1, 2024 2:54 PM

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত সাতজনীয়া বিচাৰপীঠৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দান

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত এখন সাতজনীয়া বিচাৰপীঠে আজি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-বৰ্গীকৰণৰ অনুমতি প্ৰদান সম্বন্ধে ৰায় দা...

July 29, 2024 6:32 PM

উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন

উচ্চতম ন্যায়ালয়ে ইয়াৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি আজিৰে পৰা বিশেষ লোক আদালত সপ্তাহৰ আয়োজন কৰিছে। আকাশবাণীৰ সৈতে হোৱা বতৰাত ন্যায়াধীশ কে ভি বিশ্বনাথনে কয় যে, উচ্চতম ন্...

July 25, 2024 10:39 AM

উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালত

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহ নিষ্পত্তিৰ বাবে অহা ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ লোক আদালতৰ আয়োজন কৰিছে। উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠাৰ ৭৫ সংখ্যক বৰ্ষ পূৰণ হোৱা উপলক্ষে এই পদক্ষেপ লোৱ...

July 18, 2024 7:04 PM

উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ শপত গ্ৰহণ

ন্যায়াধীশ নংমেইকপম কোটিশ্বৰ সিং আৰু ন্যায়াধীশ আৰ মহাদেৱনে আজি উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি ৰূপে শপত গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ন্যায়াধীশ দুগৰাকীক শপতগ্ৰহণ কৰোৱা...

July 12, 2024 9:47 AM

দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগৰ পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ প্রতিবেদন দাখিলৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

■ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দেশত আত্মহত্যা প্ৰতিৰোধৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপসমূহৰ শেহতীয়া স্থিতিৰ বিষয়ে প্রতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতৰ মুখ্য ন্যায...

June 18, 2024 8:16 PM

নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়মৰ অভিযোগ সম্পর্কে কেন্দ্রীয় চৰকাৰ আৰু এন টি এ লৈ উচ্চতম ন্যায়ালয়ৰ জাননী

উচ্চতম ন্যায়ালয়ে চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে চলিত বছৰৰ প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত প্রশ্নকাকত ফাদিল আৰু অনিয়ম সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ সম্পর্কে দাখিল কৰা...

June 18, 2024 8:05 PM

বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ৰ ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন

উচ্চতম ন্যায়ালয়ে বিচাৰাধীন গোচৰসমূহৰ সৌহাদ্যপূর্ণ সমাধানৰ উদ্দেশ্যে ২৯ জুলাইৰ পৰা ৩ আগষ্টলৈ বিশেষ লোক আদালতৰ আয়োজন কৰিব। সৰ্বোচ্চ ন্যায়ালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা বৰ্ষৰ লগত সংগতি ৰা...

June 13, 2024 4:43 PM

NEET-UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে

NEET UG প্ৰৱেশ পৰীক্ষাত গ্ৰেছ নম্বৰ লাভ কৰা ১,৫৬৩ গৰাকী পৰীক্ষাৰ্থীক অহা ২৩ জুনত পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বিকল্প দিয়া হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক অৱগত কৰিছে। চৰকাৰে সৰ...

April 5, 2024 8:52 PM

ইউ পি ব’র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

◊উচ্চতম ন্যায়ালয়ে আজি ইউ পি ব'র্ড অব মাদ্রাছা শিক্ষা আইন, ২০০৪-ক এলাহাবাদ উচ্চ ন্যায়ালয়ে অসাংবিধানিক আৰু ধৰ্ম নিৰপেক্ষতা উলংঘা কৰা বুলি কৰা ঘোষণাৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছে। মুখ্য ন্...