March 23, 2025 11:14 AM
গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ’বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰিছে : সুমন বেৰী
গোলকীয় অর্থনৈতিক শক্তিৰূপে প্ৰতিষ্ঠিত হ'বলৈ ভাৰতে বিকাশৰ নতুন পদ্ধতি অৱলম্বন কৰা বুলি নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত ৩১ সংখ্যক লাল বাহাদুৰ শাস্ত্রী স্মা...