October 27, 2024 8:28 PM

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেশ্যনেলত শ্বাটলাৰ সুকান্ত কদমৰ  পুৰুষৰ একক শাখাত সোণৰ পদক অৰ্জন

জাপান পেৰা বেডমিণ্টন ইণ্টাৰনেচনেল ২০২৪ত ভাৰতৰ তাৰকা শ্বাটলাৰ সুকান্ত কদমে পুৰুষৰ একক শাখাত স্বৰ্ণপদক আৰু পুৰুষৰ দ্বৈত শাখাত তেওঁৰ সংগী দীনেশ ৰাজাইৰ সৈতে ৰূপৰ পদক লাভ কৰে। একক শাখাৰ ফাইনে...