March 18, 2025 7:49 PM
শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ৩১ কোটি টকা আগবঢ়াবঃ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
ৰাজ্য চৰকাৰে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ উন্নয়নৰ বাবে ৩১ কোটি টকা আগবঢ়াব বুলি হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই প্ৰকাশ কৰিছে। শুৱালকুছিৰ বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবি...