November 19, 2024 6:43 PM
কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত ২১ লাখ নতুন কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত
চলিত বৰ্ষৰ যোৱা ছেপ্তেম্বৰ মাহৰ ভিতৰত দেশৰ প্ৰায় ২১ লাখ নতুন কৰ্মচাৰীয়ে কৰ্মচাৰী ৰাজ্যিক বীমা আঁচনিৰ অধীনত নাম অন্তৰ্ভুক্ত কৰিছে। কৰ্মচাৰী ৰাজ্যিক বীমা নিগমে প্ৰকাশ কৰা বিজ্ঞপ্তি অনু...