ডাউনলোড
মোবাইল এপ

android apple
signal

December 31, 2024 1:41 PM

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰৰ বিশেষ ব্যৱস্থা

ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ কৰ্মচাৰীসকলৰ কল্যাণৰ হকে ৰাজ্য চৰকাৰে কাইলৈৰ পৰা বিশেষ ব্যৱস্থাৰ সূচনা কৰিছে। সেই অনুসৰি কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি পাৰস্পৰিক বদলিকৰণৰ পোৰ্...

December 31, 2024 1:20 PM

এখন অধ্যয়নমুখী সমাজৰ ভেঁটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰৰ বিভিন্ন পদক্ষেপ গ্ৰহণ

এখন অধ্যয়নমুখী সমাজৰ ভেঁটি স্থাপন কৰাৰ প্ৰয়াসেৰে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি মুখ্যমন্ত্রী ডº হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে ২০২৫ বৰ্ষক কিতাপ...

September 4, 2024 12:22 PM

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি ঘোষণা

ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে দ্বিতীয় পৰ্যায়ৰ অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য নামৰ অভিলাষী আঁচনি এখনৰ ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পৰ্যন্ত ৰাজসাহায্য প্রদানেৰে শিক্ষাৰ্থী ...

July 1, 2024 12:47 PM

আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ

ৰাজ্য চৰকাৰৰ ২০২১-২২ বৰ্ষৰ বাজেটৰ ঘোষণা অনুসৰি স্বনিৰ্ভৰ নাৰী আঁচনিৰ অধীনত আজিৰ পৰা হস্ততাঁত খণ্ডৰ ব্যৱসায়ী আৰু উদ্যোগীসকলৰ পঞ্জীয়ন আৰম্ভ কৰা হৈছে। যিসকল ব্যৱসায়ীয়ে স্বনিৰ্ভৰ নাৰী ...