February 8, 2025 1:19 PM
ৰাজ্য চৰকাৰৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ কিছু সালসলনি
ৰাজ্য চৰকাৰে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক স্কুটী প্ৰদানৰ ক্ষেত্ৰত পূৰ্বে জাৰি কৰা নিৰ্দেশনাৰ শেহতীয়াকৈ কিছু সালসলনি ঘটনাইছে। মুখ্যমন্ত্র...