February 21, 2025 7:33 PM
অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাত সৌৰভ ঘোষাল ছেমিফাইনেলত প্ৰৱেশ
অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত অক্টেন চিডনী ক্লাছিক পি এছ এ চেলেঞ্জাৰ স্কোৱাচ প্রতিযোগিতাৰ পুৰুষৰ একক শাখাত ভাৰতৰ সৌৰভ ঘোষাল আজি চেমিফাইনেলত প্ৰৱেশ কৰিছে। সৌৰভে দক্ষিণ কোৰিয়াৰ মিনৌ লীক...