November 12, 2024 8:48 AM
মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত ভাৰত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব
ভাৰত আজি বিহাৰৰ ৰাজগীৰ হকী ষ্টেডিয়ামত চলি থকা মহিলাৰ এছিয় হকী ছেম্পিয়নছ ট্ৰফী প্রতিযোগিতাত তিনিবাৰৰ বিজয়ী দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে কালি প্ৰতিযোগিতাত নিজৰ ...