August 31, 2024 6:02 PM

১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চি মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ

নর্থ ইষ্ট ইউনাইটেড এফ চি আজি সন্ধিয়া কলকাতাৰ বিবেকানন্দ যুৱ ভাৰতী ক্রীড়াঙ্গনত হ'বলগীয়া ১৩৩ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত মোহন বাগানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ১৭ বাৰকৈ ডুৰ...

August 21, 2024 12:33 PM

শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ

■ শোণিতপুৰ জিলা ক্রীড়া বিষয়া কাৰ্যালয়ৰ উদ্যোগত এটা বিশেষ এথলেটিকছ প্রশিক্ষণ শিবিৰ জিলাখনৰ বিহাৰগুৰি মিনি ষ্টেডিয়ামত চলি আছে। ২৯ আগষ্টলৈ চলিবলগীয়া এই প্রশিক্ষণ শিবিৰৰ কালি অনুষ্ঠি...

August 19, 2024 9:24 PM

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ’জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতা

থাইলেণ্ডৰ এছমচন বিশ্ববিদ্যালয়ত ১০ৰ পৰা ১২ আগষ্টলৈ অনুষ্ঠিত সপ্তম হিৰ'জ কাপ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো প্ৰতিযোগিতাত অসমৰ কেইবাগৰাকীও খেলুৱৈয়ে অংশগ্ৰহণ কৰি উল্লেখযোগ্য প্ৰদৰ্শন দেখ...

August 13, 2024 3:31 PM

ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন বিশ্ব বেডমিণ্টন ফেডাৰেচনৰ

বিশ্ব বেডমিণ্টন ফেডাৰেচনে ড’পিং বিৰোধী নীতি-নিয়ম ভংগ কৰাৰ বাবে পেৰা শ্বাটলাৰ প্ৰমোদ ভগতক ১৮ মাহৰ বাবে নিলম্বন কৰিছে। এই প্রতিবন্ধকতাৰ বাবে খেলুৱৈগৰাকীয়ে পেৰিছ পেৰালিম্পিকত অংশগ্ৰহণ ক...

August 13, 2024 2:00 PM

নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতা

গুৱাহাটী ৰাধা গোবিন্দ বৰুৱাৰ ক্ৰীড়া প্ৰকল্পৰ নেহৰু ষ্টেডিয়ামত অসম আৰ্চাৰী সন্থাৰ উদ্যোগত চলি থকা প্রথম এন টি পি চি ৰাষ্ট্ৰীয় ৰেংকিং আৰ্চাৰী প্ৰতিযোগিতাৰ ছিনিয়ৰ ল'ৰাৰ ৰিকাৰ্ভ শাখাত ৰ...

August 8, 2024 12:05 PM

ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী

ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী হৈছে। কালি কলম্বোেত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত শ্রীলংকা ১১০ ৰানত জয় হয়। প্ৰথমে বেটিং কৰা শ...

August 7, 2024 8:03 PM

অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে

কেন্দ্রীয় খেল মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই কৈছে যে, ভাৰতীয় অলিম্পিক সংস্থাই পেৰিছ অলিম্পিকত মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক অযোগ্য ঘোষণা কৰাৰ বিষয় সন্দৰ্ভত বিশ্ব মল্লযুদ্ধ সংঘৰ ওচৰত প্...

August 7, 2024 7:17 PM

পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত অযোগ্য ঘোষণা

ভাৰতৰ বাবে দুৰ্ভাগ্যজনকভাৱে বিবেচিত এটা ঘটনাত পেৰিছ অলিম্পিকৰ মহিলা মল্লযোদ্ধা ৱিনেশ ফোগতক সামান্য পৰিমাণে ওজন বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত আজি হ'বলগীয়া ৫০ কিলোগ্রাম ওজন শাখাৰ ফ্ৰী ষ্টাইল প্...

August 6, 2024 9:17 PM

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্...

August 3, 2024 2:08 PM

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেলত ৰোমান্সকৰভাৱে ড্ৰ’

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল কালি ৰোমান্সকৰভাৱে ড্ৰ' হয়। ভাৰতে ২৩১ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ৪৭ অভাৰ আৰু ৫টা বলত আটাইকেইটা উইকেট হেৰুৱ...