October 1, 2024 3:01 PM

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত টেষ্ট শৃংখলাৰ অন্তিম দিনত ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰণি বাংলাদেশৰ

ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে ১৪৬ ৰানত দ্বিতীয় ইনিংছ সামৰে। ভাৰতে দ্বিতীয় ইনিংছৰ খেল আৰম্ভ কৰি বাতৰি লিখাৰ পৰলৈকে দুটা...

October 1, 2024 2:57 PM

আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত ভাৰতৰ পাৰ্থ ৰাকেশ মানেৰ ২ টা সোণৰ পদক অৰ্জন

পেৰুৰ লিমাত চলি থকা শ্বুটিঙৰ আই এছ এছ এফ জুনিয়ৰ বিশ্ব চেম্পিয়নশ্বিপৰ এয়াৰ ৰাইফলৰ পুৰুষৰ দলীয় শাখাত বিজয়ী হৈ ভাৰতৰ পাৰ্থ ৰাকেশ মানে দুটা সোণৰ পদক অৰ্জন কৰিছে। ইয়াৰ পূৰ্বে ১০ মিটাৰ এয়...

October 1, 2024 10:38 AM

ভাৰত আৰু বাংলাদেশ টেষ্ট শৃংখলাৰ অন্তিম দিনা বাংলাদেশে ২ উইকেট ২৬ ৰান সংগ্ৰহৰ পৰা আজি খেল আৰম্ভ কৰিব

■ ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত হৈ থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেলত আজি অন্তিম দিনা বাংলাদেশে কালি ২ উইকেট ২৬ ৰান সংগ্ৰহ কৰি থকাৰ পৰা নিজৰ খেল আৰম্ভ কৰিব। কালি খেল সমাপ্তিৰ সময়ত বাংলা...

September 28, 2024 8:26 PM

থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ

ভাৰতে ভূটানৰ থিম্ফুত অনুষ্ঠিত ছাফ-১৭ বছৰ অনুৰ্ধ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক ছেমিফাইনেল খেলখনত নেপালক ৪-২ গ'লত পৰাস্ত কৰে। ভাৰতৰ হৈ বিশাল য়...

September 28, 2024 7:55 PM

ভাৰত আৰু বাংলাদেশৰ মাজত দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা

ভাৰত আৰু বাংলাদেশৰ মাজত কানপুৰৰ গ্ৰীন পাৰ্কত চলি থকা দুখনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলৰ দ্বিতীয় দিনাৰ খেল বৰষুণৰ বাবে এটাও বল নেখেলাকৈ পৰিত্যক্ত ঘোষণা কৰা হয়। উল্লেখযোগ্য ...

September 23, 2024 1:40 PM

৪৫ সংখ্যক দবা অলিম্পিয়াডত সোণৰ পদক জয় কৰা ভাৰতীয় মহিলা দলক প্রধানমন্ত্ৰী মোদীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৫ সংখ্যক দবা অলিম্পিয়াডত মুকলি আৰু মহিলা দুয়োটা শাখাতে সোণৰ পদক জয় কৰা ভাৰতীয় দলটোক প্ৰশংসা কৰিছে। তেওঁ খেলুৱৈসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বা...

September 16, 2024 7:46 PM

এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলৰ ফাইনেলত প্ৰৱেশ

চীনৰ হুলুনবুইৰত চলি থকা ২০২৪ বৰ্ষৰ এছিয়ান চেম্পিয়নছ ট্ৰফীত ভাৰতীয় হকী দলটোৱে ফাইনেলত প্ৰৱেশ কৰিছে। আজি অনুষ্ঠিত ছেমি ফাইনেলত ভাৰতে-দক্ষিণ কোৰিয়াক ৪-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে। ইপিনে, ...

September 14, 2024 3:05 PM

পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ অন্তিমখন খেলত ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ

ভাৰতে চীনৰ হুলুনবুইৰত অনুষ্ঠিত পুৰুষৰ এছিয়ান চেম্পিয়নছ ট্ৰফী হকী প্রতিযোগিতাৰ লীগ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ...

September 14, 2024 11:24 AM

ডায়মণ্ড লীগৰ ফাইনেলত আজি নীৰজ চোপ্ৰাই পুৰুষ জেভলীন থ্র’ শিতানত অৱতীৰ্ণ হ’ব

■ অলিম্পিকত দুবাৰকৈ পদক অৰ্জন কৰা ভাৰতৰ নীৰজ চোপ্ৰাই আজি নিশা বেলজিয়ামৰ ৰাজধানী ব্ৰুছেলছত অনুষ্ঠিত চলিত বৰ্ষৰ ডায়মণ্ড লীগ ফাইনেল প্রতিযোগিতাৰ পুৰুষ জেভলীন থ্র' শিতানত অৱতীৰ্ণ হ'ব। এই শ...

September 13, 2024 9:20 PM

ভিয়েটনাম অ’পেন বেডমিণ্টনৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটি

ভাৰতৰ তনিছা ক্ৰাষ্টো আৰু ধ্ৰুৱ কপিলাৰ যুটিটো ভিয়েটনাম অ'পেন বেডমিণ্টন প্রতিযোগিতাৰ মিক্সড ডাবলছৰ ছেমি ফাইনেলত প্ৰবেশ কৰিছে। ক্ৰাষ্টো আৰু কপিলাৰ যুটীটোৱে আজি কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰে স...