ডাউনলোড
মোবাইল এপ

android apple
signal

July 10, 2024 1:02 PM

তিনিখনীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত ভাৰতীয় মহিলা ক্রিকেট দলৰ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টি-২০ ক্রিকেট শংখলাৰ তিনিখনীয়া তৃতীয় তথা অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। ভাৰতে ৮৫ ৰাণৰ ব...

July 10, 2024 12:44 PM

যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা

আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদ আই-চি-চিয়ে ভাৰতীয় বেগী বলাৰ যশপ্রীত বুমৰাহক চলিত বৰ্ষৰ জুনৰ বাবে আই-চি-চিৰ মাহটোৰ পুৰুষ খেলুৱৈ হিচাপে ঘোষণা কৰিছে। যশপ্রীত বুমৰাহে সদ্যসমাপ্ত টি- ২০ বিশ্ব...

July 10, 2024 12:24 PM

ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্ৰান্সক ২-১ গলত পৰাস্ত স্পেইনৰ

জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক ২-১ গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কলো মুৱানীয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ এক...

July 10, 2024 12:15 PM

ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ আজি তৃতীয়খন খেল

ভাৰত আৰু জিম্বাব'ৱেৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেল আজি হাৰাৰে স্প'ৰ্টছ ক্লাবত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৪ বজাত আৰম্ভ হ'ব। শৃংখলাত দুয়োটা দলে ...

July 6, 2024 8:23 PM

হাৰাৰেত টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য জিম্বাব’ৱেৰ

হাৰাৰেত চলি থকা ভাৰত আৰু জিম্বাব’ৱেৰ মাজৰ পাঁচখনীয়া টি-টুৱেণ্টি মেচৰ শৃংখলাৰ প্ৰথমখন খেলত ঘৰুৱা দলটোৱে ভাৰতক জয়ৰ বাবে ১১৬ ৰাণৰ লক্ষ্য বান্ধি দিছে। ভাৰতে ছৈত জিকি জিম্বাব’ৱেক প্ৰথমে বেট...

July 6, 2024 6:21 PM

বোপান্না-এবডেন যুটীয়ে নেডাৰলেণ্ডছৰ ৰবান হাছ আৰু ছেণ্ডাৰ এৰেণ্ডছক পৰাজিত কৰি দ্বিতীয় ৰাউণ্ডত অগ্ৰগতি লাভ

উইম্বলডন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত আজি দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীয়ে জাৰ্মানীৰ হেন্ড্রিক জেবেঞ্চ আৰু কনষ্টেনটিন ফ...

July 2, 2024 6:44 PM

পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দল

শুভমন গিলৰ নেতৃত্বত ভাৰতৰ পুৰুষ ক্রিকেট দলটোৱে অহা ৬ৰ পৰা ১৪ জুলাইলৈ জিম্বাব’ৱেৰ বিৰুদ্ধে হ'বলগীয়া পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ বাবে জিম্বাব’ৱেলৈ ৰাওনা হৈছে। শৃংখলাৰ আটাইকেইখন খেল ...

June 28, 2024 2:57 PM

কাইলৈ আই চি চি টি-২০ বিশ্বকাপৰ ফাইনেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ভাৰত কাইলৈ বাৰবাডোছত হ'বলগীয়া আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অৰম্ভ হ'ব। ভাৰতে যোৱা নিশা গ...

June 28, 2024 1:25 PM

ইউ এছ অ’পেন বেডমিণ্টনত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটো মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ইউ এছ অ'পেন বেডমিণ্টন প্রতিযোগিতাত ভাৰতৰ মালবিকা বানচোড় আৰু প্রিয়াংশু ৰাজাৱাৰ্টে ছিংগলছৰ আৰু তৃষা জলী আৰু গায়ত্ৰী গোপিচান্দৰ যুটীটোৱে মহিলাৰ ডাবলচৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ম...

June 28, 2024 1:21 PM

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালৰ পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন

ভাৰতৰ ট্ৰেক এথলিট কিৰণ পাহালে অহা মাহত হ'বলগীয়া পেৰিছ অলিম্পিকৰ মহিলাৰ ৪০০ মিটাৰ দৌৰলৈ যোগ্যতা অৰ্জন কৰিছে। হাৰিয়ানাৰ ২৪ বছৰীয়া খেলুৱৈগৰাকীয়ে পঞ্চকুলাত চলি থকা ৰাষ্ট্ৰীয় আন্তঃৰাজ্...