September 11, 2024 2:18 PM
হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ
হাংগেৰীৰ ৰাজধানী বুডাপেষ্টত আজি ৪৫ সংখ্যক এফ আই ডি ই দবা অলিম্পিয়াড আৰম্ভ হৈছে। ১২ দিনীয়াকৈ হ'বলগীয়া প্রতিযোগিতাখনত ১৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্রহণ কৰিব। মুকলি শাখাত ১৯৩টা ৰাষ্ট্ৰীয় ...