April 22, 2025 3:26 PM
ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰৰ ৰূপৰ পদক অৰ্জন
ভাৰতৰ সীমৰণ প্ৰীত কৌৰ ব্ৰাৰে পেৰুৰ লীমাত চলি থকা ইণ্টাৰনেচনেল শ্বুটিং স্পর্ট ফেডাৰেচন বিশ্বকাপৰ মহিলাৰ ২৫ মিটাৰ পিষ্টল শিতানত ৰূপৰ পদক অৰ্জন কৰিছে। এয়া হ'ল খেলুৱৈগৰাকীৰ প্ৰথমটো আন্তঃৰা...