May 28, 2024 8:06 PM
বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাবঃ ওম বিৰলা
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে, বিদায়ী সপ্তদশ লোকসভা মহিলা সংৰক্ষণ বিধেয়ক, ৩ তালাক প্ৰথাৰ বিলুপ্তি আৰু ভাৰতীয় ন্যায় সংহিতাসহ কেইবাখনো ঐতিহাসিক বিধেয়ক গৃহীতকৰণৰ বাবে জনা যাব। নতুন...